Upcoming
Events

Latest News & Updates:
  • Notice
  • Results

It's been a golden journey; running at indomitable spirit to reach the sky. Many dreams have already taken wings. The centenary journey began in 1918 at a golden moment. At that time, the leading sports organization was known as "The Dibrugarh Sports Association" in the state of Assam. The organization was born due to the initiatives of a few special individuals; specifically, Lakhikanta Dutta, Bhavesh Mukherjee, Govinda Chandra Sharma, Saifuddin Ahmed, Dhajyati Charan Mitra, Prafulla Chatterjee.

এটি সোণসেৰীয়া যাত্রা। অনিৰুদ্ধ গতিৰে ধাৱমান হৈছে আকাশ চুবলৈ। ইতিমধ্যে অনেক সপোনে পাখি মেলিছে। শতবৰ্ষ গৰকা যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯১৮ চনৰ এটা সোণালী ক্ষণত। সেই সময়ত ৰাজ্যৰ অগ্ৰণী ক্রীড়া সংগঠনটো 'ডিব্ৰুগড় স্পটিং এছছিয়েচন' নামেৰে পৰিচিত আছিল। কেইগৰাকীমান বিশেষ ব্যক্তিৰ উদ্যোগৰ বাবেই সংগঠনটোৱে জন্ম লাভ কৰিছিল। বিশেষকৈ লক্ষীকান্ত দত্ত, ভবেশ মুখার্জী, গোবিন্দ চন্দ্ৰ শৰ্মা, চাইফুদ্দিন আহমেদ, ধৌয্যতিচৰণ মিত্র, প্রফুল্ল চেটাৰ্জীৰ নাম ল'বই লাগিব। এইসকল ক্রীড়া সংগঠকৰ প্ৰচেষ্টাত গঢ় লোৱা ‘ডিব্ৰুগড় স্পটিং এছচিয়েচন’ক ১৯৫১ চনৰ ডিব্ৰুগড় জিলা ক্রীড়া সন্থা'ৰ নামকৰণ কৰা হয়। এই সন্থাই চহৰৰ লগতে জিলাখনৰ ক্রীড়া ক্ষেত্ৰৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।

OUR HEROES

Contact Us

Please share your queries here

A name is required.
An email is required.
Email is not valid.
A phone number is required.
A message is required.
Form submission successful!
To activate this form, sign up at
https://startbootstrap.com/solution/contact-forms
Error sending message!